Piritir Baan
Similar songs
Podadhuli
Baba Gogoi,Pankoj07:06
Rubogoi Lagib 2018
Bipin Chawdang,Noori Alisha05:50
Policer sakori
Pintu Gogoi03:00
Nushudhiba Tumaloi
Zubeen Garg05:39
Holu Moi Boliya
Satya Jeet03:40
Boxontor Xuwoni
Mintu Raj,Mrinal Raj04:42
Biya Patu Buli
Zubeen Garg04:54
Rongamoni(Vol 10)
Biswajit Phukan,Ripunjoy Sarmah,Pronami Konwar,Mouruchi Borah04:58
O Dehi
Ramesh Moran04:53
Chitip Chitip
Kavita Kiran06:29
Similar Songs
Podadhuli
Baba Gogoi,Pankoj
Rubogoi Lagib 2018
Bipin Chawdang,Noori Alisha
Policer sakori
Pintu Gogoi
Nushudhiba Tumaloi
Zubeen Garg
Holu Moi Boliya
Satya Jeet
Boxontor Xuwoni
Mintu Raj,Mrinal Raj
Biya Patu Buli
Zubeen Garg
Rongamoni(Vol 10)
Biswajit Phukan,Ripunjoy Sarmah,Pronami Konwar,Mouruchi Borah
O Dehi
Ramesh Moran
Chitip Chitip
Kavita Kiran
About song
Album: Piritir Baan
0 Plays
Music: Digboloy Borthakur
Tune:
Lyricist: Priyanuj Bairagi
Composition: Priyanuj Bairagi
Copyright © NEMI Groups India
Lyrics
ব'হাগৰে বা লাগি নাহৰ তগৰ ফুলিছে
যৌৱনৰে বা লাগি প্ৰেমৰ উজান উঠিছে ×২
সপোনৰ মৰমী
দিঠকৰ লগৰী
চালে চকুৰোৱা, কিযে মোহনীয়া ঐ
জান ঐ জান মোৰে ঐ জান
তুমি মোৰ মৰম অভিমান
কেতিয়া কাষৰতে পাম
বকুত মোৰ পিৰীতিৰে বান ।
Music ~ Interlude
Chorus part ( female ) :
নাজানো নুবুজো একোকে
কি কৰো নকৰো ।
বাটে চাম আশাৰে মাথো তোমালৈ ।
কেতিয়া আহিবা সচাকৈ
মৰম এবুকু লৈ
তুমি মই আমি হম
উৰে জীৱনলৈ ।
Male :
পথাৰৰে শুৱণি সোণোৱালী ধাননি, সোণোৱালী ধাননি
আকাশৰে শুৱণি তৰা ।
তাতোকৈয়ো শুৱণি তোমাৰে চকুযুৰি
লগত মিঠা হাঁহিটি
সোণতে ঐ সুৱগা চৰা
Female :
ভোলাব নালাগে মোক চলাহি কথাৰে
চিধা চিধি কৈ দিয়া মৰমৰ ভাষাৰে
Male :
চালে চকুৰোৱা, কিযে মোহনীয়া ঐ...
জান ঐ জান মোৰে ঐ জান
তুমি মোৰ মৰম অভিমান
কেতিয়া কাষৰতে পাম
বকুত মোৰ পীৰিতিৰে বান ।
